অসম

আঘোণ! সোণগুটি চপোৱাত ব্যস্ত অসমীয়া

শিমলুগুৰিৰপৰা নেকিবুল হক, প্ৰথম খবৰ: আজি পহিলা আঘোন৷ আনন্দত আত্মহাৰা কৃষক৷ সোণগুটি চপোৱাত ব্যস্ত কৃষক দাৱনী৷ চৰাইদেউ লাকুৱাৰ পথাৰত ব্যস্ত পুৰুষ-মহিলা, বোৱাৰী জীয়ৰী সকলো৷ আঘোন মানেই সোণোৱালী পথাৰ৷

সোণগুটিৰে ভৰি পৰা পথাৰত আজি আঘোণৰ পহিলা দিনটোতে হাতে হাতে কাঁচি লৈ নামি পৰিল গাঁৱৰ দাৱনীসকল। কিয়নো আঘোনত কৃষকৰ সপোন সোণগুটি চপোৱাৰ সময়৷ শাওনমহীয়া পথাৰত কঁপালৰ ঘাম মাটিত পেলাই পথাৰত সপোন ৰচা সোণগুটি এতিয়া ঘৰলৈ নিয়াৰ সময়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close