অসম

আজিৰে পৰা আৰম্ভ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত গ্ৰন্থ উৎসৱ

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ বৰ্ডিং খেলপথাৰত ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত আৰম্ভ হয়। এই গ্ৰন্থ উৎসৱ দ্বাৰ মুকলি কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ প্ৰকাশ কটকী আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্তই। উক্ত আৰম্ভণি অনুষ্ঠানত থাওৰা সমষ্টিৰ বিধায়ক আৰু সোণাৰি বিধায়ক তপন গগৈ আদি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close