অসমশীৰ্ষ

আদালতত হাজিৰ কৰোৱা হ’ব সুদীপ্তা গোস্বামী ভট্টাচাৰ্যক

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি আদালতত হাজিৰ কৰোৱা হ’ব কৰিমগঞ্জৰ নিয়োগ বিষয়া সুদীপ্তা গোস্বামী ভট্টাচাৰ্যক। বুধবাৰে অভিযুক্তগৰাকীক  গুৱাহাটীলৈ  লৈ অহাত পলম হোৱা বাবে আদালতত হাজিৰ কৰোৱা নহ’ল বিষয়াগৰাকীক। আনহাতে নিশা আত্মসমৰ্পনৰ পাছতে গ্ৰেপ্তাৰ কৰা এপিএছ বিষয়া দিলীপ কলিতাকো হাজিৰ কৰোৱা হ’ব বিশেষ আদালতত।

Related Articles

Leave a Reply

Close