অসম

খৈৰাবাৰীত সেনাৰ বৃহৎ সফলতা

ডিমাকুছিৰ পৰা তীৰ্থনাথ শৰ্মা, প্ৰথম খবৰ: এন এফ বি বি ৰ মূখ্য সম্পাদক দিপক বসুমতাৰীক আটক। বৰঙাজুলিত বাহৰ পাতি থকা ১৪ ডোগ্ৰা ৰেজিমেন্ট ৰেডহন’ ডিভিজনে খৈৰাবাৰী ৰাসমেলাৰ পৰা আটক কৰিবলৈ সক্ষম হয়। খৈৰাবাৰী ৰাসমেলাত ধন দাবী কৰিব আহোঁতে আটক কৰে সেনাই। ধৃত লোকজনৰ পৰা এটা পিষ্টল,৩টা সজীব গুলি,এটা মেগজিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।বৰ্তমান অধিক তথ্যৰ বাবে বিদ্ৰোহী নেতাজনক জেৰা অব্যাহত ৰাখিছে সেনাই ৷

Related Articles

Leave a Reply

Close