অসম

চতুৰ্দশ বৃত্তীয় আয়োগৰ পুঁজিৰ আঁচনিৰ শুভাৰম্ভ

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: আজি ডবা গাঁও পঞ্চায়তৰ অন্তৰ্গত টিফুক কছাৰী পথৰ উন্নয়ন, চোমগুৰি কাকৱনী পথৰ উন্নয়ন আৰু খাৰঘৰীয়া ডবা খেলপথাৰৰ উন্নয়ন এই তিনিটা চতুৰ্দশ বৃত্তীয় আয়োগৰ পুজিঁৰ দ্বাৰা ৰূপায়ণ কৰিব লগা আচঁনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন।

Related Articles

Leave a Reply

Close