অসমবিনোদনশীৰ্ষ

চান্দমাৰী থানাত মাৰ ছোৱালী

নিউজ ডেস্ক, প্ৰথম খবৰ: পুনৰ আন এক বিস্ফোৰক খবৰে খলকনি তুলিছে অসমৰ শিল্পী সমাজত। এই খলকনি তুলিছে  মাৰ ছোৱালী প্ৰস্তুতি পৰাশৰে। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ বিৰুদ্ধে উত্থাপিত হৈছে পৰকীয় প্ৰেমৰ অভিযোগ। অভিনেতা মনজিৎ শৰ্মাৰ সৈতে সম্পৰ্ক থকা অভিযোগ আনিছে অভিনেতাজনৰ পত্নীয়ে।

দীৰ্ঘদিনৰপৰা তেওঁৰ স্বামীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছে অভিনেত্ৰী প্ৰস্তুতিয়ে। ইয়াৰ বিৰুদ্ধে চান্দমাৰী থানাত গোচৰ ৰুজু কৰিলে মনজিতৰ পত্নীয়ে। হত্যাৰ অপচেষ্টাৰো অভিযোগ আনিছে মহিলাগৰাকীয়ে। ঘটনাৰ সন্দৰ্ভত মনজিৎ শৰ্মা উপস্থিত হয় চান্দমাৰী থানাত।

Related Articles

Leave a Reply

Close