অসম

টিংখাঙৰ ৰাজগড়ত সুধাকণ্ঠক স্মৰণ

টিংখাঙৰ পৰা মিৰাণ ইছলাম, প্ৰথম খবৰ: বিশ্ব বিশ্ৰুত গণশিল্পী, অসমবাসীৰ হিয়াৰ আমঠু, সুধাকন্ঠ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকীত আজি টিংখাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ ৰাজগড়স্থিত ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ ৰাজগড়ত গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তদুপলক্ষে ক্ষেত্ৰৰ সভাপতি দুলাল দত্ত, মুখ্য সম্পাদক প্ৰেম বৰগোহাঁই , সম্পাদক দুলাল বৰাৰ সমন্বিতে স্থানীয় দল সংগঠনৰ নেতৃবিন্দ সহ শতাধিক গুণমুগ্ধই ক্ষেত্ৰস্থিত ড° ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ কৰি সুধাকণ্ঠক স্মৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close