অসম

ডিগবৈত ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ, আলফা নেতা জিতেন দত্ত মুক্তি দাবীত 

ডিগবৈ পৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: তিনিচুকীয়া জিলা লিডু বুঢ়ীদিহিং নদী মোলাং চাপৰিত সন্দেহজনক বাংলাদেশীয়ে অবৈধ ভাবে দখল কৰাত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি বিভিন্ন দল সংগঠনৰ লগতে আলোচনা পন্থী আলফা নেতা জিতেন দত্তই নিজাববীয়াকৈ উচ্ছেদ কৰিবলৈ যোৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰে। আৰু জিতেন দত্ত আৰু অন্তো চাউদাংক আটক কৰে। দুয়োজন নেতাক মুক্তিৰ দাবীত ডিগবৈ বিভিন্ন দল সংগঠনে ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি বিভিন্ন শ্লগানেৰে উত্তাল কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close