অসম

ডিগবৈত ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

ডিগবৈ পৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: তিনিচুকীয়া জিলা ডিগবৈ খাৰজানত স্থানীয় ৰাইজৰ দ্বাৰা ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ। গোপনাৰী এল পি জি প্লান্টলৈ যোৱা পথ নিৰ্মাণৰ কাম হেমাহি আৰু নিম্নমানৰ হোৱাৰ প্ৰতিবাত এই অৱৰোধ।

ডিগবৈ বিধায়ক সুৰেণ ফুকনৰ ঘনিষ্ঠ ঠিকাদাৰ সজ্ঞয় সিঙে নিৰ্মাণ কৰিছিল পথটো। এই পথটো নিৰ্মাণৰ বাবে ডিগবৈ ভাৰতীয় তেল নিগম (IOC) য়ে দিছিল দুই কোটি টকা।

Related Articles

Leave a Reply

Close