অসমশীৰ্ষ

ডিমৌত বনকৰ্মীৰ গুলীত বন্যহস্তীৰ মৃত্যু

প্ৰখম খবৰ, ডিমৌ: ডিমৌৰ চ’ৰগুৱা মাজুমেলিয়াত নিশা বন্যহস্তীৰ মৃত্যু । বনকৰ্মীৰ গুলীত নিহত এজনী মাইকী হাতী। নিশা চ’ৰগুৱা অঞ্চলত ধান খাই তহিলং কৰিছিল হাতীৰ এটা বৃহৎ জাকে। পুৱা ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত। ওৰেনিশা হাতী খেদোৱাত ব্যস্ত আছিল বনকৰ্মী। স্থানীয় লোকৰ দাবী বনকৰ্মীৰ গুলীতে নিহত হৈছে বনহস্তীটো

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close