অসম

ডিমৌত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

প্ৰথম খবৰ, ডিমৌ: ডিমৌৰ সমীপৰ কচুমাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। মৰাণ আৰক্ষীৰ বিৰুদ্ধে ক্ষুদ্ধ একাংশ মহিলাই অৱৰোধ কৰিছে পথ। মৰাণ আৰক্ষীৰ ছত্ৰছায়াত কচুমাৰীত এটা অসাধু চক্ৰই কুকুৰা যুঁজৰ নামত জুৱা মদৰ বেহা পতাৰ অভিযোগ। আৱদ্ধ হৈ পৰিছে শ শ যান-বাহন।

Related Articles

Leave a Reply

Close