অসম

ঢেকিয়াজুলীত বিশুদ্ধ খোৱা পানীৰ কেন্দ্ৰ নিৰ্মাণ

ঢেকিয়াজুলীৰপৰা অমিত বনিক, প্ৰথম খবৰ: ঢেকিয়াজুলী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী অশোক সিংঘালে বিধায়ক উন্নয়ন পুঁজিৰ দ্বাৰা ৰাইজৰ সুবিধাৰ্থে দুটিকৈ বিশুদ্ধ খোৱাপানীৰ কেন্দ্ৰ উদ্বোধন কৰি ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close