অসম

তেজপুৰত সাহিত্যচাৰ্য্য পদ্ম নাথ গোঁহাঞিবৰুৱাৰ ১৪৬ সংখ্যক ওপজা দিন উদযাপন

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি,সাহিত্যচাৰ্য্য পদ্মনাথ গোঁহাঞিবৰুৱাৰ আজি ১৪৬ সংখ্য ওপজা দিন।  অসমীয়া ভাষা উন্নতি সাধিনী সভাই পুৰণি বাণ থিয়েটাৰত, তেজপুৰ সাহিত্য সভাই সাহিত্য সভা ভৱনত আৰু উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই পদ্মনাথ গোঁহাঞিবৰুৱা  বৰুৱা ৰংগ মঞ্চত আজি দিনজোৰা কাৰ্যসূচীৰে ওপজা দিন পালন কৰা হয়। পুৱা বন্তিপ্ৰজলনৰে আৰাম্ভ হোৱা কাৰ্যসূচীত বিভিন্ন লোকে ভাগ লয়।

Related Articles

Leave a Reply

Close