অসম

তেজপুৰ মহাবিদ্যালয়ত “অসমীয়া সমাজ-সংস্কৃতিৰ পৰিবৰ্ধনত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা কি হোৱা উচিত” শীষক বিশেষ অনুষ্ঠান

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: আজি তেজপুৰ মহাবিদ্যালয়ৰ সভাকক্ষত অসমীয়া সমাজ সংস্কৃতিৰ পৰিবৰ্ধনত ছাত্ৰ-ছাত্ৰীৰ ভুমিকা কি হোৱা উচিত  বিষয় লৈ এক সন্মিলন অনুষ্ঠিত হয়।

অসমৰ ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকল  উপস্থিতি ড০ ৰঞ্জন কলিতা, মুৰব্বী অসমীয়া বিভাগ তেজপুৰ মহাবিদ্যালয়ৰ  পৌৰহিত্যত অনুষ্ঠিত সন্মিলনৰ পৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে।

Related Articles

Leave a Reply

Close