অসম

দাৰ ঘাপত আহত সোণাৰিৰ এজন লোক

প্ৰথম খবৰ, সোণাৰি: সোণাৰিৰ টিয়ক ৰজাবাৰীত দাৰ ঘাপত আহত এক। উল্লেখ্য যে যোৱা নিশা টিয়ক ৰজাবাৰীৰ বাসিন্দা জিতেন বণিক দাস, গৰীব বণিক দাস আৰু গণেশ বণিক দাস নামৰ তিনিও জনে মিলি শ্যাম বণিক দাসক উপৰ্যুপৰি ঘপিয়াই আহত কৰে।

সম্প্ৰতি গুৰুতৰভাৱে আহত শ্যামক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰিছে পৰিয়ালৰ লোকে। ইফালে ঘটনাত জড়িত তিনিওজন পলাতক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close