শেহতীয়া
Home / শীৰ্ষ / দিল্লীত খহি পৰিল ৬০বছৰ পুৰণা অট্টালিকা

দিল্লীত খহি পৰিল ৬০বছৰ পুৰণা অট্টালিকা

নিউজ ডেস্ক, প্ৰথম খবৰ : দক্ষিণ-পূৱ দিল্লীৰ টাইমুৰ নগৰত আজি পুৱা ৯.৪৫ বজাত ৬০ বছৰ পুৰণি অট্টালিকা এটা ভাগি পৰে। এই অট্টালিকাটোৰ গৰাকী চৰকাৰী বিষয়া ধ্ৰুৱ কুমাৰ। অট্টালিকাটোৰ ভিতৰত মালিক ধ্ৰুৱজ্যোতি আৰু এগৰাকী কৰ্মচাৰী আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*