শীৰ্ষৰাষ্ট্ৰীয়

দিল্লীত ভয়াবহ প্ৰদূষণ,গৃহবন্দী জনতা

নিউজ ডেস্ক,প্ৰথম খবৰ: ৰাজধানী চহৰ দিল্লীত বায়ু প্ৰদূষণে ভয়াবহ ৰূপত পৰিবেশ চানি ধৰিছে| প্ৰদূষণৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে আৰু স্বাস্থ্য সম্বন্ধীয় বিভিন্ন সমস্যাই দেখা দিছে| বায়ু প্ৰদূষণ ইমান ভয়াবহ ৰূপ লৈছে যে জনসাধাৰণৰ উসাহ লোৱাত কষ্ট হৈছে আৰু চকু জ্বলাপুৰা অনুভৱ কৰিছে|
“ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্ব্যন” ৰ অধ্যক্ষ ডা: কেকে আগৰৱালে দিল্লীবাসী জনসাধাৰণক প্ৰাতভ্ৰমণ আৰু সান্ধ্যভ্ৰমণৰ সময় কমাবলৈ পৰামৰ্শ দিছে|
আৰু বিশেষ জৰুৰী হলেহে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ লগতে মুখত মাৰ্স্ক পিন্ধিবলৈ সকলোকে সকিয়াই দিছে|

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close