অসম

দুই গাড়ী চোৰসহ হোণ্ডাই ক্ৰেতা গাড়ী জব্দ

প্ৰথম খবৰ, বোকাজান: গুৱাহাটীৰ পৰা মণিপুৰলৈ নি থকা অৱস্থাত জব্দ এখন হোণ্ডাই ক্রেতা গাড়ী।
গাড়ীখনত ভুৱা নম্বৰ MN 02B 1701
ব্যৱহাৰ কৰি মণিপুৰলৈ নি থকা অৱস্থাত খটখটী আৰক্ষীৰ জালত পৰে দুই গাড়ী চোৰ ক্ৰমে I TOMBA SINGH আৰু BOISON KOM।

বৰ্তমান ধৃত চোৰদুটাক খটখটী থানাত আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে, তিনিদিন পূৰ্বেও খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীত এগৰাকী যুৱতীসহ তিনি গাড়ী চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বিলাসী ইন’ভা গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছিল।

Related Articles

Leave a Reply

Close