ৰাষ্ট্ৰীয়

দ্বিতীয়খন টি-২০ত পৰাস্ত ভাৰত

প্ৰথম খবৰ, নিউজ ডেস্কঃ দ্বিতীয়খন টি-২০ মেচত পৰাস্ত হল ভাৰত। প্ৰথমে বেটিং কৰি নিউজীলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ১৯৭ ৰানৰ লক্ষ্যৰে খেলা ভাৰতীয় দলটোৱে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই  ১৫৬ ৰানহে  সংগ্ৰহ কৰিবলৈ সক্ষম হয়। খেলখনত নিউজীলেণ্ডৰ কলিন মুনৰোৱে  ১০৯ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ কোহলিয়ে ৬৫ আৰু ধোনীয়ে ৪৯ ৰান কৰে। আলহী দল নিউজীলেণ্ডৰ হাতত ৪০ ৰানত পৰাস্ত হয় টীম ইণ্ডিয়া। মেচখন অনুষ্ঠিত হৈছিল ৰাজকোটত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close