অসম

ধুবুৰীত গ্ৰেপ্তাৰ এজন: নিচাজাতীয় ঔষধ জব্দ

প্ৰথম খবৰ, ধুবুৰী: ধুবুৰী বজাৰ আৰক্ষীয়ে যোৱা নিশা প্ৰায় এঘাৰ বজাত তাজবীৰ হূছেইন (২৮)নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক তেওঁৰ ঘৰৰপৰা গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা আৰক্ষীয়ে কফ্ ছিৰাপৰ বটল ১৪০টা আৰু প্ৰক্সিভান টেবলেট ৪০ টা জব্দ কৰে। আজি গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰীজনক ধুবুৰী সদৰ থানালৈ লৈ আনি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close