অসম

ধুবুৰী চহৰত স্বচ্ছ ভাৰত অভিযান

প্ৰথম খবৰ, ধুবুৰী: ধুবুৰী চহৰৰ দুই,তিনি, চাৰি আৰু পাঁচ নং ৱাৰ্ডৰ বিভিন্ন ঠাইত আজি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আঁচনিৰ অধীনত মহিলাৰ ক্ষেত্ৰ ভিত্তিক সংগঠনৰ দ্বাৰা চহৰখনৰ চাৰিটা ৱাৰ্ডত স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা চাফাই কাম কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close