অসম

পবিতৰা অভয়াৰণ্যত বিদেশী মহিলা বক্সিং খেলুৱৈ

প্ৰথম খবৰ, মায়ং: পবিতৰা অভয়াৰণ্যত আজি ৩৪খন দেশৰ ৭০ গৰাকী পৰ্য্যটক উপস্থিত হয়।পুৱা ৬ বজাত অভয়াৰণ্যখনত উপস্থিত হোৱা মহিলা বক্সিঙ ৰ খেলুৱৈ পৰিচালক আৰু কাৰিকৰী বিভাগৰ প্ৰতিনিধি সকলে হাতীৰ পিঠিত উঠি আৰু জিপ চাফাৰী কৰি বিনন্দীয়া পৰিৱেশ উপভোগ কৰে।পৰ্য্যটন নিগমৰ অধ্যক্ষ  জয়ন্ত মল্ল বৰুৱাই আদৰণি জনাই অতিথি সকলক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close