অসম

পৰ্যটকৰ বাবে মুকলি হ’ল অগৰাতলী বনাঞ্চল

প্ৰথম খবৰ, বোকাখাত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চল  চলিত বৰ্ষৰ অক্টোবৰ মাহত মুকলি কৰাৰ পাছত আজি অগৰাতলী বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰে কৃষি মন্ত্ৰী অতুল বৰাই।

কাজিৰঙাৰ পেলিকান কলনিস্থিত অগৰাতলীত  হাতী আৰু জীপ ছাফাৰিৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই। স্থানীয় যুৱক যুৱতী সকলে পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ স্ব নিৰ্ভৰশীল হব পাৰে তাৰ বাবে চৰকাৰী আচনি প্ৰস্তুতৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close