অসমশীৰ্ষ

বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট জিলাৰ মুৰফুলনিৰ বিজুলী চাহ বাগিচাত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এজনী বন্যহস্তীৰ কৰুণ মৃত্যু হয়।  যোৱা নিশা হাতীৰ এটা বৃহৎ জাকে অঞ্চলটোত চলাইছিল উপদ্ৰৱ। বনাঞ্চললৈ পাৰ হ’ব লওঁতেই কৰুণ ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close