অসম

ভূপেন হাজৰিকাৰ নামফলক ধলা-শদিয়া দলঙত

প্ৰথম খবৰ,গুৱাহাটীঃ ধলা-শদিয়া দলংখন মুকলিৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ কথা ঘোষণা কৰিছিল। কিন্তু দলংখনত অঁৰা হোৱা নাছিল ভূপেন হাজৰিকাৰ নামফলক। আজি ভূপেন হাজৰিকাৰ মৃত্যুতিথিত নামফলক আঁৰিলে প্ৰশাসনে। দলংখনত নামফলক অঁৰাৰ পিছতে আছুকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীয়ে ভূপেন হাজৰিকাৰ ফটোত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনায়৷ উল্লেখ্য, ধলা-শদিয়া দলং এছিয়াৰ দ্বিতীয় সৰ্ববৃহত দলং।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close