অসম

মংগলদৈত জুবিন গাৰ্গ শিল্পী একাদশ আৰু মংগলদৈ একাদশৰ ফুটবল খেল

মংগলদৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰঃ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ সাহায্যৰ্থে আজি মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হয় প্ৰীতি ফুটবল খেল। জুবিন গাৰ্গ শিল্পী একাদশ আৰু মঙলদৈ একাদশৰ মাজত অনুষ্ঠিত এই খেল।
খেলত ৩ -০ ব্যৱধানত জয়ী জুবিন একাদশ ।
খেল আৰম্ভ হোৱা বহু পলমকৈ উপস্থিত হয় জুবিন গাৰ্গ।

মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, SP darrang shrijeeth আৰু উদ্যোগপতি অনুপম ডেকাই মঙলদৈ একাদশৰ হৈ খেলত আংশ গ্ৰহণ কৰে । খেল চাবলৈ বহুতো লোকৰ সমাগম হয় খেলপথাৰত ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close