শেহতীয়া
Home / অসম / মধ্যপ্ৰদেশলৈ ৰাওনা হোৱা ১৪ সাংবাদিকসহ তথ্য আৰু জনসংযোগ বিষয়া দলটি নতুন দিল্লীত উপস্থিত 

মধ্যপ্ৰদেশলৈ ৰাওনা হোৱা ১৪ সাংবাদিকসহ তথ্য আৰু জনসংযোগ বিষয়া দলটি নতুন দিল্লীত উপস্থিত 

দিল্লীৰ পৰা ফিল’বাৰীৰ সুৰজিৎ বড়া, প্ৰথম খবৰ: আজি অসম চৰকাৰৰ গুদ উইল মিচনৰ দ্বাৰা প্ৰেৰিত অসমৰ তথ্য আৰু জনসংযোগ বিভাগৰ তত্বাবধানত যোৱা ১৪ গৰাকী সাংবাদিক দুজন বিষয়াৰ সহ নতুন দিল্লীত উপস্থিত হয়।
ইয়াৰ পিছত দলটি পোনে পোনে এয়াৰ পৰ্টৰ পৰা মধ্যপ্ৰদেশলৈ ৰাওনা হ’ব আৰু কাৰ্যক্ৰমণিকা অনুসাৰে প্ৰস্তুত কৰা দৰেই মধ্যপ্ৰদেশৰ বিভিন্ন কাৰ্যসূচিত ভাগ ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*