অসম
মাজুলীত সাংসদ ৰিপুন বৰা

প্ৰথম খবৰ, নিউজ ব্যুৰ’: মাজুলীত প্ৰদেশ কংগ্ৰছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা। লগত অাহিছে প্ৰদেশ কংগ্ৰেছ দল। মাজুলীৰ ফুলনিত অনুষ্ঠিত এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ লগতে এখন দলীয় সভাত ভাগ লয়।