অসম

মীন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নগাঁৱৰ শিমলুগুৰিত মাছৰ অাচাৰ প্ৰস্তুতকৰণ প্ৰশিক্ষন

প্ৰথম খবৰ, জাজৰি: গ্ৰাম্য মৎস্য অভিজ্ঞতা অাঁচনিৰ অধীনত ৰহা মীন মহাবিদ্যালয়ৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰণৱ দিহীঙ্গীয়া, অন্তৰীনা শইকীয়া, প্ৰিয়ংকা প্ৰিয়দৰ্শীনী, কেডল হাউচ কুৎছো, ছানায়ানা সিংহাই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাবধানত নগাঁও জিলাৰ শিমলুগুৰি ত অাজি মাছৰ অাছাৰ প্ৰস্তুতকৰণৰ ওপৰত এটা প্ৰশিক্ষন অনুষ্ঠিত হয়। প্ৰশিক্ষণত উপষ্ঠিত থাকি নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডা: নিৰঞ্জন ডেকাই কৃষি বিজ্ঞান কেন্দ্ৰৰ অাঁচনিৰ ওপৰত বহুমূলীয়া বক্তব্য ডাঙি ধৰে।

Related Articles

Leave a Reply

Close