অসম

মৰাণত শিশু দিৱস পালন

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: আজি শিশু দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ দ্বাৰা প্ৰদান কৰা বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ চেপন চাহ বাগিচাৰ অন্তৰ্গত চেপন বৰতানি প্ৰাথমিক বিদ্যালয়, চেপন 12নং বি ক্লাছ প্ৰাথমিক বিদ্যালয় আৰু চেপন বেতবাৰী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয় সমূহৰ প্ৰধান শিক্ষকক পানী ফিল্টাৰ প্ৰদান কৰাৰ লগতে শিশু দিৱসো পালন কৰা হয়।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close