অসম

যোৰহাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

যোৰহাটৰপৰা ঋতুৰাজ ফুকন, প্ৰথম খবৰ: যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট ই মেডিয়াৰ উদ্যোগত কাইলৈ ৪ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জন সংযোগ বিষয়াৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন কৰা হ’ব।অনুষ্ঠানত জিলা উপায়ুক্ত বিৰেন্দ্ৰ মিট্টাল, দৈনিক জনমভূমিৰ প্ৰাক্তন আৱাসিক সম্পাদক অৰুণ কুমাৰ দাস আৰু জ্যেষ্ঠ সাংবাদিক ললিত বৰা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব।

উক্ত অনুষ্ঠানলৈ সকলো সাংবাদিকক যোৰহাট ই মেডিয়াৰ সভাপতি ৰাজীৱ বৰা আৰু সম্পাদক প্ৰদীপ বৰাই আমন্ত্ৰণ জনাইছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close