অসম

যোৰহাট জিলা ছাত্ৰ সন্থাৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ

যোৰহাটৰপৰা ঋতুৰাজ ফুকন, প্ৰথম খবৰ ২০১৪ ৰ পৰাই ভেজাল তথা ম্যাদ উকলি যোৱা দৰৱ অসমৰ জনগণক স্বাস্থ্য বিভাগে বিতৰণ কৰি অহাৰ প্ৰতিবাদত আজি সৰব হৈ পৰে যোৰহাট জিলা ছাত্ৰ সন্থা। ছাত্ৰ সংগঠনটোৰ কৰ্মকৰ্তা সকলে যোৰহাটৰ বৰুৱা চাৰি আলিত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে স্বাস্থ্য মন্ত্ৰী গৰাকীৰ পদত্যাগৰো দাবী জনায়।

সংগঠনটোৰ এই সন্দৰ্ভত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায়।

 

Related Articles

Leave a Reply

Close