অসম

শিমলুগুৰিত মাদানীৰ প্ৰতিকৃতি দাহ

প্ৰথম খবৰ, শিমলুগুৰি: জমিয়ত উলেমাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা আশ্বাৰ্দ মাদানীয়ে এন আৰ চিৰ সন্দৰ্ভত এখন সভাত বক্তব্য আগবঢ়াবলৈ গৈ যি ধংসাত্মক মন্তব্য আগবঢ়ালে ইয়াকে লৈ সমগ্র ৰাজ্যতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে আজি নাজিৰা মহকুমাৰ শিমলুগুৰিত মাদানীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে ।

Related Articles

Leave a Reply

Close