অসম

শিৱসাগৰত পুনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ 

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰৰ মেলাচকৰৰ যোগমায়া পথৰ আভিজিৎ শৰ্মা নামৰ লোকজনৰ ঘৰৰ পাচফাল নলাত আজি পুৱাই এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ শিৱসাগৰত পুনৰ চাঞ্চল্য। মৃতদেটোৰ ডিঙিত ৰচিৰে বন্ধা আৰু গাত তেজৰ চেকুৰাৰে পৰি থকা মৃতদেহটো চাই আৰক্ষী প্ৰশাসনে কোনোলোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাৰ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close