অসম

শিৱসাগৰৰ নামতিত অজগৰ উদ্ধাৰ

প্ৰথম খবৰ, নামতি: শিৱসাগৰ নামতিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। নামতি গৰখীয়া নগৰত গুণাৰাম গগৈৰ বাৰীত উদ্ধাৰ ৮ফুট ওখ বাঁহ গছৰ ওপৰত আছিল অজগৰটো ৮ ফুট দীঘল অজগৰটো ৩ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো উপস্থিত হোৱা নাই বন বিভাগৰ লোক।

Related Articles

Leave a Reply

Close