অসম

সামৰণী পৰিল ৮২ সংখ্যক মিলনবাকৰি ৰাস মহোৎসৱ

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: তেজপুৰৰ পশ্চিম দিশৰ দহোখন গাঁৱৰ ৰাইজে সন্মিলিত প্ৰচেষ্টাৰে পালন কৰি অহা মিলনবাকৰি ৰাসোৎসৱ এই বাৰ ৮২ সংখ্যক বিপুল জনসমাগমৰে সামৰণি পৰে। শৰতৰ সিন্ধি জোনাকত আযোজন কৰা মিলনবাকৰি ৰাস মহোৎসৱত হাজাৰ হাজাৰ লোকৰ সমাগমৰে দ্বিতীয় বৃন্দাবন সদৃশ হোৱা মণ্ডপত কৃষ্ণ, ৰাধা, গোপী আৰু শংখচুড় ভাৱৰিয়াই সকলোকে মুহিত কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close