অসম

সোণাৰিত অবৈধ কয়লাভৰ্তি ট্ৰাক জব্দ

প্ৰথম খবৰ, সোণাৰিঃ দেওবাৰে নিশা চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষীৰ এক অভিযানত জব্দ হয় এখন অবৈধ কয়লাভৰ্তি ট্ৰাক৷ ঘটনাৰ বিৱৰণী মতে দেওবাৰে নিশা নাগালেণ্ডৰ নিমনাগড়ৰ পৰা হবিব নামৰ এজন কয়লা মাফিয়াই এ এছ-০১ এ চি-০০৩৫ নম্বৰৰ এখন ট্ৰাকেৰে সোণাৰি হৈ নাহৰকটীয়ালৈ আনিছিল এই ট্ৰাকভৰ্তি কয়লাসমূহ। পিছত সোণাৰি আৰক্ষীয়ে অভিযান চলাই সোণাৰি নগৰত অবৈধভাৱে কঢ়িয়াই অনা কয়লাভৰ্তি ট্ৰাকখন জব্দ কৰি থানালৈ আনে৷ ট্ৰাকখনৰ চালকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close