অসম
সোণাৰিত দিন-দুপৰতে ডকাইতি

প্ৰথম খবৰ, সোণাৰি: বৰহৰ ৰাজপথত বাইকত অহা চাৰিজনীয়া ডকাইতৰ দল এটাই গাড়ী আগুচি ধৰি লুটি নিলে ৭ লাখ ৯৫ হাজাৰ টকা। সোণাৰিস্থিত ষ্টেট বেংকৰ পৰা শান্তিপুৰ চাহ বাগিচাৰ কৰ্তৃপক্ষই এ এচ ০৬ ই ৭৭০১ নম্বৰৰ টাটা চুমত শ্ৰমিকৰ মজুৰিৰ বাবে আনিছিল এই ধন।