অসম

সোণাৰিৰ মিনি ট্ৰাক মালিক সন্থালৈ এন এছ চি এন খাপলাং পন্থীৰ ধন দাবী, তীব্ৰ প্ৰতিক্ৰিয়া 

প্ৰথম খবৰ, সোণাৰি: সোণাৰিৰ মিনি ট্ৰাক সন্থালৈ নাগালেণ্ডৰ এন এছ চি এনৰ খাপলাং গোটৰ ধন দাবী পত্ৰ। মিনি ট্ৰাক সন্থালৈ আঠ লাখ ধন দাবী কৰি ভাবুকি পত্ৰ প্ৰেৰণ নগা বিদ্ৰোহীৰ। খাপলাং পন্থীৰ কন্যাক ডিভিজনৰ খাটৱাং ৰাজাপিউং আৰু ৱাঙকাপ নামৰ দুজন নেতাৰ স্বাক্ষৰিত পত্ৰখনত সোণাৰিৰ মিনি ট্ৰাক মালিক সন্থাক আঠ লাখ টকা দাবী কৰি ভাবুকি দিয়াত সমগ্র সোণাৰিত চাঞ্চল্য সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close