অসম

AJYCP ৰ কেন্দ্ৰীয় চ্যুকাফা দিৱস

প্ৰথম খবৰ, শিমলুগুৰি: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অহা ১ আৰু ২ ডিচেম্বৰ, ২০১৭(১৪ আৰু ১৫ আঘোণ) ত সোণাৰীৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় চুকাফা দিৱস (অসম দিৱস) আয়োজন কৰা হৈছে। বিশেষ আকৰ্ষণৰূপে থাকিব গ্ৰন্থমেলা, বানিজ্যমেলা, জনগোষ্ঠীয় খাদ্যমেলা লগতে আমন্ত্ৰিত শিল্পীৰে আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান।

Related Articles

Leave a Reply

Close