বিনোদনশীৰ্ষ

মুক্তিৰ দিনটোতে চৰ্চাৰ শিখৰত ‘বৰলুইত অসম’ৰ প্ৰথমটো গীত

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: অসমৰ সংগীতৰ ক্ষেত্ৰখনত নতুনকৈ ভুমুকি মাৰিচে “বৰলুইত অসম” নামৰ বেণ্ডটোৱে। বুধবাৰে তেওঁলোকৰ প্ৰথমটো গীত মুক্তি দিয়াৰ পাছতে ছ’চিয়েল মিডিয়াত বহুলভাৱে চৰ্চিত হৈ পৰিছে।
‘তুমি আহিবানে’ শীৰ্ষক গীতটিৰ কথা আৰু সুৰ ‘বৰলুইত অসম’ৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close