অসম

যোৰহাটত Vintage Academy মুকলি

নিউজ ডেস্ক, প্ৰথম খবৰ: যোৰহাটৰ কাকজানত Vintage Academy নামৰ এক কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান মুকলি কৰা হয়। মঙলবাৰে মুকলি কৰা এই প্ৰতিষ্ঠানটোত ৩০০ টকাৰ বিনিময়ত নামভৰ্তি কৰিব পাৰিব। শিক্ষাৰ্থীয়ে লাভ কৰিব DOM, CCA, ADIT, ADCA, PGDCA, ADCHE, DCH আদি বিভিন্ন কম্পিউটাৰৰ শিক্ষা।

মঙলবাৰে অজিত বৰদলৈ নামৰ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াজনৰ প্ৰতিষ্ঠানটো মুকলি কৰি কয় যে, এই প্ৰতিষ্ঠানটো ৫০ শতাংশ ডিছকাউণ্টত PGDCA COURSE পঢ়িব পাৰিব। তেওঁৰ মতে, এই প্ৰতিষ্ঠানটোত খৰচৰ পৰিমাণ যথেষ্ট কম বাবে স্থানীয় শিক্ষাৰ্থীসকল লাভবান্বিত হ’ব।

Related Articles

Leave a Reply

Close