বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

‘পাৰ্চনেলিটি অফ দ্য ইয়াৰ’ খিতাপ অৰ্জন কৰিব বিগ-বিয়ে

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: IFFIৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, মহানায়ক অমিতাভ বচ্চনক ‘পাৰ্চনেলিটি অফ দ্য ইয়াৰ’ এৱাৰ্ডৰে সন্মানিত কৰা হ’ব। মঙলবাৰে ছবি নিৰ্মাতা সুজয় ঘোষে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱৰ পৰা অব্যাহতি লোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৩ জনীয়া বিচাৰক মণ্ডলীৰ সিদ্ধান্তমৰ্মে মেগা ষ্টাৰ অমিতাভ বচ্চনক ‘পাৰ্চনেলিটি অফ দ্য ইয়াৰ’ খিতাপেৰে সন্মানীত কৰিব।

Related Articles

Leave a Reply

Close