বিনোদন

তেলেগু ভাষাত নিৰ্মাণ হ’ব বলিউডৰ ছুপাৰহিট ফিল্ম ‘কুইন’

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: মোহময়ী অভিনেত্ৰী কংকনা ৰানাৱাট অভিনীত ‘কুইন’ ছবিখনৰ কথা সকলোৰে মনত আছে। এই ছবিখন তেলেগু ভাষাত ৰিমেক কৰিব। মুখ্য চৰিত্ৰত অৰ্থাৎ কংকনাৰ চৰিত্ৰটোত অভিনয় কৰিব অভিনেত্ৰী তমন্না ভাটিয়াই।

এই ছবিখনৰ বাবে বৰ্তমান ব্যস্ত অভিনেত্ৰী তমন্না। তেওঁ কয়, ‘কুইন ৱানচ এগেইন নামেৰে আহি আছে নতুন কুইন, মই ভাৱো যথেষ্ট কষ্ট কৰিব লাগিব’।

২০১৪ চনত মুক্তি পোৱা ‘কুইন’ ছবিখনৰ ৰিমেক ‘কুইন ৱানচ এগেইন’ চাবলৈ যথেষ্ট আগ্ৰহী দাক্ষিণাত্যৰ দৰ্শকসকল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close