ৰাষ্ট্ৰীয়

উত্তৰ প্ৰদেশৰ বান্দ্ৰাত পথ দুৰ্ঘটনা

ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰথম খবৰ: পুৱতি নিশা উত্তৰ প্ৰদেশৰ বান্দ্ৰাত এক শোকাৱহ পথ দূ্ৰ্ঘটনা সংঘটিত হয়৷ দূৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ৷ নিয়ন্ত্ৰণহীন হৈ নদীৰ পাৰত দ্ৰুতবেগী বাছখন বাগৰিল পৰাত যথেষ্ট ক্ষতি হয় যাত্ৰীসকলৰ৷

ঘটনাস্থলীতে চালকজন নিহত হয় যদিও গুৰুতৰভাৱে আহত হয় বাছখনৰ ৪ জনকৈ যাত্ৰী৷ আহতসকলক ততায়েকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়৷ ঘন কুঁৱলী আৰু চালকৰ অতপালিতাৰ বাবে দূৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close