অসম

শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনুসুচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰৰপৰা চলিত মাহৰ ৫ নবেম্বৰৰ  দিনা কৌশলেৰে মাতি নি নগাঁৱত হত্যা কৰা। শিৱসাগৰ যোগনিয়া গাঁৱৰ গোপাল দাসৰ হত্যাকাৰী আন দুজনক শীৰ্ঘে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শান্তি প্ৰদান, গোপাল দাসৰ পৰিয়ালক ২০ লাখ টকা আৰ্থিক সাহায্য প্ৰদান, পৰিয়ালৰ উপযুক্ত লোকক কৰ্ম সংস্থাপন দিয়া , হত্যাকাণ্ডৰ লগত জৰিয়ত আটকাধীন দুস্কৃতিকাৰীয়ে কোনো কাৰণতে জামিন প্ৰদান নকৰি ফাচি দিয়ক আদি দাবীৰে অৱস্থানস্থলী উত্তাল কৰি তোলে। ২ ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়নৰ জৰিয়তে সংগঠনটোৱে জিলা উপায়ুক্তক স্মাৰকপত্ৰ যোগে দাবী জনাই।

Related Articles

Leave a Reply

Close