অসম

টীয়কত ‘ৰাস’ উদযাপন

প্ৰথম খবৰ, টীয়ক : অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান আটকধুনীয়াকৈ উদযাপন কৰা হৈছে ‘ৰাস’। মাজুলী বাসীয়ে হওক বা নলবাৰী বাসীয়ে হওক সকলোৱে এই উৎসৱ উপভোগ কৰিছে। পিছ পৰি থকা নাই যোৰহাটৰ টীয়কবাসীও। টীয়কৰ ব্ৰাহ্মণ গাওঁৰ শংকৰজ্যোতি কলা-কৃষ্টিৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰিছে শ্ৰী কৃষ্ণৰ ৰাসোৎসৱ।

Related Articles

Leave a Reply

Close