শেহতীয়া
Home / শীৰ্ষ / অন্তিমবাৰৰ বাবে প্ৰচাৰ চলাব বিজেপি,কংগ্ৰেছ দলে:গুজৰাট বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন

অন্তিমবাৰৰ বাবে প্ৰচাৰ চলাব বিজেপি,কংগ্ৰেছ দলে:গুজৰাট বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন

নিউজ ডেস্ক, প্ৰথম খবৰ:গুজৰাটৰ আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে সৰব হৈ উঠিছে বিজেপি তথা কংগ্ৰেছ দল৷ তুংগত উঠিছে প্ৰচাৰ প্ৰক্ৰিয়া৷ নিৰ্বাচনী যুদ্ধৰ বাবে সাজু হৈ পৰিছে প্ৰধান প্ৰতিদ্বন্দি দল দুয়োটা৷ শেষবাৰৰ বাবে আজি গুজৰাটৰ ভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলাব বিজেপি কংগ্ৰেছ উভয়ে৷

আনফালে চুৰাটৰ এখন বিশাল জনসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*