অসমশীৰ্ষ

অসম সাহিত্য সভাৰ শতবৰ্ষৰ সামৰণি, ১০১ খন পতাকা উত্তোলন

খৈৰাবাৰীৰপৰা প্ৰাঞ্জল কলিতা,প্ৰথম খবৰ: অসম সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ সামৰণি উপলক্ষে আজি খৈৰাবাৰী সাহিত্য সভাই ১০১ খন সাহিত্য সভাৰ পতাকা উত্তোলন কৰে।
শাখাৰ মূল পতাকাখন উত্তোলন কৰে খৈৰাবাৰী সাহিত্য সভাৰ সভাপতি বানেশ্বৰী শৰণীয়াই লগতে ১০১খন পতাকা উত্তোলন কৰে বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলে।

Related Articles

Leave a Reply

Close