অসম

আগমনীত বিদেশী সুৰা জব্দ

প্ৰথম খবৰ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ আগমনী আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰীত বিদেশী সুৰাৰ বিৰুদ্ধে আগমনী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰ ভিত্তিত অভিয়ান চলাই অবৈধ সুৰা জব্দ কৰে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close